directdirect translation

Direct Current (English)
Contributed by: Ishan Jyoti Bora on 2016-02-09
Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
1. Electricity and Magnetism(Abstract Noun) The type of electric current where the electric charges flow in one direction. একপ্ৰকাৰৰ বৈদ্যুতিক প্ৰৱাহ য`ত বৈদ্যুতিক আধানবোৰে এটা নিৰ্দিষ্ট দিশত গতি কৰে ৷ প্ৰৱাহৰ মানৰ পৰিৱৰ্তন ঘটে; কিন্তু দিশৰ পৰিৱৰ্তন নঘটে ৷